<?xml version="1.0" encoding="UTF-8"?>
<t>
 <e g="label" i="label">%PRODUCTNAME ক GNU Lesser General Public License Version 3 ৰ চুক্তিসমূহৰ অন্তৰ্গত উপলব্ধ কৰোৱা হৈছে। LGPL অনুজ্ঞাৰ এটা কপি http://www.gnu.org/licenses/lgpl-3.0.html ত পোৱা যাব।

চফ্টৱেৰৰ অংশবোৰলৈ প্ৰযোজ্য তৃতিয় দল অতিৰিক্ত স্বত্বাধিকাৰ ঘোষনাসমূহ আৰু অনুজ্ঞা চুক্তিসমূহ LICENSE.html ফাইলত দিয়া হৈছে, সঠিক বিৱৰণসমূহ ইংৰাজীত চাবলে অনুজ্ঞা দেখুৱাওক বাছক।

ইয়াত দিয়া সকলো পণ্যচিহ্ন আৰু পঞ্জিকৃত পণ্যচিহ্নসমূহ সিহতৰ গৰাকীসকলৰ সম্পত্তি।

স্বত্বাধিকাৰ ©২০০০, ২০১৩ LibreOffice অৱদানকাৰীসকল আৰু/অথবা সিহতৰ সহযোগীসকল। সকলো অধিকাৰ সুৰক্ষিত।

এই উৎপাদন %OOOVENDOR দ্বাৰা সৃষ্টি কৰা হৈছিল, OpenOffice.org ৰ ওপৰত ভিত্তি কৰি, যি স্বত্বাধিকাৰ ২০০০, ২০১১ Oracle আৰু/অথবা তাৰ সংযোগীসকল। %OOOVENDOR এ সম্প্ৰদায়ৰ সকলো সদস্যক স্বীকৃতি দিয়ে, অধিক বিৱৰণৰ বাবে অনুগ্ৰহ কৰি http://www.libreoffice.org/ চাওক।</e>
 <e g="show" i="label">অনুজ্ঞা দেখুৱাওক (_S)</e>
 <e g="LicenseDialog" i="title">অনুজ্ঞা আৰু আইনত তথ্য</e>
</t>